প্ৰতিবন্ধী বহুমুখী উন্নয়ন সমিতিৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

৩ ডিচেম্বৰ ঃ আজি কুজাৰপীঠ প্ৰতিবন্ধী কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে প্ৰতিবন্ধী দিৱস পালন কৰে ৷সভাৰ উদ্দেশ্য ব্যাখ্যা ছোলেমন আলী সম্পাদক প্ৰতিবন্ধী বহুমুখী উন্নয়ন সমিতি ৷ সভাত সভাপতিত্ব কৰে আব্দুছ ছবুৰ চৌধুৰীয়ে ৷দিনযোৰা কাৰ্যসুচীৰে ৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱসত ৰাতিপুৱা স্বচ্ছ অভিযান পৰিচালনা কৰে হাবেজ উদ্দিন আৰু আব্দুচ ছামাদে ৷পতাকা উত্তোলন কৰে ছৈয়দ বছিৰ উদ্দিন ৷ শ্বহীদ তৰ্পণ অনুষ্ঠানত… Continue reading প্ৰতিবন্ধী বহুমুখী উন্নয়ন সমিতিৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

Asomview Assamese News 16/11/2018

ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণলৈ মাত্ৰ এক সপ্তাহ বাকী থকা অৱস্থাতে আজি ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰগোলাইত সংঘটিত হৈছে এক নিৰ্বাচন কেন্দ্ৰীক হিংসাত্মক ঘটনা । অচিনাক্ত দুস্কৃতিগৰাকীয়ে ভাঙি লণ্ড ভণ্ড কৰে কংগ্ৰেছ দলৰ এটি নিৰ্বাচনী কাৰ্যালয় ।

নিউ হাতীপোতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰ আঞ্চলিক সমিতিৰ উদ্যোগত সম্বৰ্দ্ধনা সভা বিলাসীপাৰা,১৫ নৱেম্বৰ:- সমগ্ৰ দেশজুৰি আয়োজন কৰা স্বচ্চ আৰু নিৰ্মল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ ভিতৰত অসমৰ ভিতৰত ১৭ খন বিদ্যালয় শ্ৰেষ্ঠতম পুৰুস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ধুবুৰী জিলাৰ ২,২০০ খন বিদ্যালয় অংশ গ্ৰহণ কৰাৰ ভিতৰত দুখন বিদ্যালয় ক্রমে চাপৰ শালকোচা শিক্ষা খণ্ডৰ ১৪০০ নং লালকুৰা প্ৰাথমিক বিদ্যালয় আৰু বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ KGB প্ৰাথমিক বিদ্যালয় শ্ৰেষ্ঠতম পুৰুস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এই উপলক্ষে আজি ১৪০০ নং লালকুৰা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত নিউ হাতীপোতা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সম্বৰ্দ্ধনা সভা অনুষ্ঠিত কৰা হয়। উক্ত সম্বৰ্দ্ধনা সভাত ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৰ উপ-সভাপতি সফিকুল ইছলাম, কাৰ্য্যকৰী সভাপতি জাহিদুল ইছলাম, নিউ হাতীপোতা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ইজাদুল ইছলাম আৰু নিউ হাতীপোতা অঞ্চলৰ সচেতন যুৱ প্ৰজন্ম তথা সচেতন নাগৰিক ক্রমে মনোৱাৰ হুছাইন, কামাল উদ্দিন সেখ আৰু মাহমুদ হাচানে উপস্থিত থাকি শ্ৰেষ্ঠতম পুৰুস্কাৰ লাভ কৰা বিদ্যালয় দুখনৰ শিক্ষক শিক্ষয়ত্রী সকল ক্রমে প্ৰধান শিক্ষক আঃ মালেক,সহ শিক্ষক জুৰান আলী আহমেদ, দীপক মালো দাস , মহিকান্ত নাথ, দ্বীপজ্যোতি বৰ্মন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুহুৰ উদ্দিন সেখক ফুলাম গামোচা আদিৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে মিঠাই খুৱায় হয়। উক্ত সভাত পাঁচ শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজে উপস্থিত থাকে।

​On 26 Jan 17 the following IED blast in upper Assam:- 1. At 260730hrs IED blast took place near Lengribar,PS Mathurapur, Dist- Charaideo 2.At 260735hrs IED blast took place near Panibor No 22 Bagan ,PS Mathurapur, Dist- Charaideo 3. At 260740hrs IED blast took place near Panijan,PS Mathurapur, Dist- Charaideo 4.  At 260800hrs IED blast… Continue reading